January 2, 2024 নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। ৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা। থৌবাল জিলাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৫ খন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক দৈনন্দিন বাৰ্তা - August 16, 2026 ‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি দৈনন্দিন বাৰ্তা - August 15, 2026