January 6, 2024 সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ ৷ যোৰাবাট আৰক্ষীয়ে আটক কৰে ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তসহ ৩ জন যুৱকক ৷ নিশা সুৰাপান কৰি ফৰছুনাৰ গাড়ী চলাই আহিছিল দ্বীপজ্যোতি দত্তই৷ Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026