January 7, 2024 কাকপথাৰৰ ন-মাইঠঙত বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কাকপথাৰৰ ন-মাইঠঙত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ। নিহত সোণজানৰ গিৰি মৰাণ, ন-মাইঠঙৰ পৰাগ বুঢ়াগোহাঁই। হীৰেন হাজৰিকা নামৰ আন এজন ছাত্ৰ আহত। এখন চাইকেলত খুন্দা মাৰিছিল তীব্ৰবেগী বাইকখনে। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026