বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ ‘পঞ্চকৰ্মা ব্লক’ আৰু ‘আয়ুষৰ ফাৰ্মাক’ল’জী আৰু ৰসায়ন পৰীক্ষাগাৰ’

ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰে আজাৰাৰ সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰ আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠানৰ

বৰসজাই হাইস্কুল খেলপথাৰত আয়োজিত হয় উদ্বোধন আৰু শিলান্যাস অনুষ্ঠান
অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, CARIৰ সহঃ সঞ্চালক ডাঃ দীনেশ বৰুৱা, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি

