নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ আব্দুল মান্নান ফাৰুকীৰ পৰলোকপ্ৰাপ্তি…

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ আব্দুল মান্নান ফাৰুকীৰ পৰলোকপ্ৰাপ্তি।

নগাঁৱৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল ফাৰুকী।

শুক্ৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৭৯ বছৰীয়া ফাৰুকীৰ।

আব্দুল মান্নান ফাৰুকীৰ মৃত্যুত শোক প্ৰকাশ বিভিন্ন সংগঠনৰ।

Related Articles