পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান।
মৃত পুত্ৰ ৰাকেশৰ ফটো বুকুত বান্ধি প্ৰতিবাদ দুৰ্ভগীয়া মাতৃৰ।
ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি অসহায় মাতৃৰ প্ৰতিবাদ।
৪ অভিযুক্তক ধেমাজি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি CBIৰ তদন্ত বিচাৰিব লক্ষ্মী বৰাই
২৮ ফেব্ৰুৱাৰীত ৰাকেশ বৰাৰ বগীনদীৰ ক’লাপানীত হৈছিল ৰহস্যজনক মৃত্যু।
বগীনদী থানাত অভিযোগ দাখিল কৰিছিল ৰাকেশৰ মাতৃ লক্ষী ওৰফে জেৰিনা বৰাই।
আৰক্ষীয়ে দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ সমগ্ৰ ঘটনাৰ।
আৰক্ষীৰ কাষ চাপিও সুদোত্তৰ নাপালে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে।
জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃৰ হিয়াভৰা কান্দোন।

