January 24, 2024 BCCI বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ, ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail বিচিচিআই বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ। ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ। অসমৰ ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত লাভ কৰিছে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা। BCCI এ এই বঁটা প্ৰদান কৰিছে ৰিয়ানক। Author: দৈনন্দিন বাৰ্তা Related Articles আজি ভাৰত-আফগানিস্তানৰ তৃতীয়খন এদিনীয়া মেচ দৈনন্দিন বাৰ্তা - June 20, 2026 Lionel Messi: বিশ্বকাপত সৰ্বাধিক গ’লৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছীৰ দৈনন্দিন বাৰ্তা - June 17, 2026 কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি স্কেটিং চেম্পিয়নশ্বিপত সোণ, ৰূপ আৰু ব্ৰঞ্জ লাভ অসমৰ দৈনন্দিন বাৰ্তা - June 15, 2026