স্পটিফাইত ১০০ মিলিয়নৰ অনুৰাগী থকা প্ৰথমজন ভাৰতীয় গায়ক হিচাপে পৰিগণিত অৰিজিত সিং…

Spotify এপত ইতিহাস সৃষ্টি অৰিজিত সিঙৰ।


Spotifyত টেইলৰ ছুইফটক পাছ পেলালে অৰিজিত সিঙে।


ফ’ল’ৱার্চে স্পৰ্শ ১০০ মিলিয়নৰ ঘৰ।


১০০ মিলিয়নৰ অনুৰাগী থকা প্ৰথমজন ভাৰতীয় গায়ক হিচাপে পৰিগণিত অৰিজিত সিং।


সুৰৰ ৰজা অৰিজিত সিঙে নিজৰ যাদুকৰী কণ্ঠৰে অতি সাৱলীলভাৱে গীত গাই।

Related Articles