৪৯ বছৰীয়া মহিলাক বিয়া কৰাই চৰ্চাত ভূপালৰ ১০৩ বছৰীয়া মুক্তিযোদ্ধা হাবিব নাজাৰ…

৪৯ বছৰীয়া মহিলাৰ সৈতে বিয়াত বহিল ১০৩ বছৰীয়া মুক্তিযোদ্ধা। নিজৰ আধা বয়সৰ মহিলাক বিয়া কৰাই চৰ্চাত ভূপালৰ মুক্তিযোদ্ধা হাবিব নাজাৰ।

হাবিব নাজাৰৰ তৃতীয় পত্নী ফিৰোজ জাহান। এবছৰ পূৰ্বেই বিৱাহ সম্পন্ন হৈছিল যদিও সম্প্ৰতি সামাজিক মাধ্যমত

এক বিশেষ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত পুনৰ চৰ্চালৈ আহিছে হাবিব নাজাৰ আৰু ফিৰোজ জাহান।

Related Articles