February 1, 2024 ধেমাজিৰ তেলিজানত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ তেলিজানত নিশা ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি অল্ট’। দুৰ্ঘটনাত আহত গাড়ীখনৰ চালক সত্য চাংমাই। স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ চালকজনক। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026