February 8, 2024 মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। হাহাকাৰ অৱস্থা । অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে । জুই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ । Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026