February 14, 2024 কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত… Blazing fire flame black and white for background and abstract Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড। চইলতা কান্দিৰ তাজল উদ্দিন নামৰ এজনৰ ঘৰত এই অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ’ল লোকজনৰ বাসগৃহ। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত। Blazing fire flame black and white for background and abstract অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026