February 27, 2024 পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন ৷ ২৯ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ পূৰ্বেও CIDয়ে চমন জাৰি কৰিছিল জাকিৰ হুছেইন শিকদাৰলৈ৷ ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ চমন৷ Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026