কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে ২৮ ফেব্ৰুৱাৰীত পদত্যাগ দাখিল কৰিছে।

পদত্যাগৰ পিছতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা ৰাণা গোস্বামীৰ!

Related Articles