গোৱালপাৰাৰ শিমলীতোলাত বন বিভাগৰ অভিযান। অভিযানত বাহনসহ জব্দ বুজন পৰিমাণৰ চোৰাং কাঠ।

জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লক্ষাধিক টকা। শনিবৰীয়া সাপ্তাহিক বজাৰত বিক্ৰীৰ বাবে আনিছিল কাঠখিনি।

অভিযানৰ উমান পাই চালকসহ হেণ্ডিমেনৰ পলায়ন ।