নগাঁৱবাসীলৈ কি আহ্বান বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ…

নগাঁৱৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নগাঁও বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন। আগন্তুক লোকসভা নিৰ্বাচনত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বিজেপি দলৰ হৈ ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই ৷

নগাঁও লোকসভা সমষ্টিৰ ৰাইজৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত অধিক শক্তিশালি কৰিবলৈ তেওঁ নগাঁও লোকসভা সমষ্টিৰ ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই।

Related Articles