SBIলৈ চুপ্ৰীম ক’ৰ্টৰ নির্দেশনা।
আজিৰ ভিতৰত SBIয়ে দাখিল কৰিব লাগিব নিৰ্বাচনী বণ্ডৰ সকলো তথ্য।
কোন ৰাজনৈতিক দলে কিমান ধন লাভ কৰিছে তাৰ তথ্যও দাখিল কৰিব লাগিব SBIয়ে৷
আজিৰ ভিতৰত যদি বেংকে সবিশেষ নিদিয়ে তেন্তে দেশৰ চুপ্ৰীম ক’ৰ্টে ইয়াৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিব বুলি কঠোৰ ভাষাৰে সকীয়াই দিয়ে।