হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ পদত্যাগ…

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ পদত্যাগ৷ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ৷ মনোহৰ লাল খট্টৰসহ মন্ত্ৰীসভাৰ সামূহিক পদত্যাগ ৷

উল্লেখ্য যে, ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে  ৪০খন আসন লাভ কৰাৰ বিপৰীতে জেজেপিয়ে ১০খন আসন লাভ কৰিছিল।

চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ স্বাৰ্থত বিজেপিয়ে পিছত জেজেপিৰ সৈতে মিত্ৰতা গঢ়ে।

Related Articles