APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ…

এজনৰ পাছত আন এজনে এৰিছে কংগ্ৰেছ। APCCৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকৰ পদত্যাগ।

APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ।

বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল মঞ্জুশ্ৰী পাঠক।

Related Articles