March 20, 2024 অসম জাতীয় পৰিষদ ত্যাগ দুলু আহমেদৰ… Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদ প্ৰাথমিক সদস্য পদ ত্যাগ দুলু আহমেদৰ। অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে দুলু আহমেদে। কিন্তু, জাহাজৰ প্ৰতীকতে বৰপেটাত অৱতীৰ্ণ হ’ব দুলু আহমেদ। আনহাতে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি পত্ৰ দুলু আহমেদৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026