নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে বদলি কৰা হৈছে বহুকেইগৰাকী বিষয়া কৰ্মীক…

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে বদলি কৰা হৈছে বহুকেইগৰাকী বিষয়া কৰ্মীক।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে শোণিতপুৰৰ SPসুশান্ত বিশ্ব শর্মাক বদলি।

পাঞ্জাৱৰ ভাটিণ্ডাৰ SSPকো বদলিৰ নিৰ্দেশ ।

IAS,IPSৰ ৰেংক নথকা SPআৰু DCকো বদলি।

গুজৰাট, পাঞ্জাৱ, ওড়িশা আৰু পশ্চিমবংগৰ ১৩ জন বিষয়াক কৰা হৈছে বদলি।

Related Articles