আজি ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ব ভাৰত ৰত্ন সন্মান…

আজি প্ৰদান কৰা হ’ব ভাৰতৰত্ন।

৫ গৰাকী মহান মনীষীক প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান।

এল কে আদৱানীক প্ৰদান কৰা হ’ব ভাৰত ৰত্ন।

৪জনলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰতৰত্ন।

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙলৈ ভাৰতৰত্ন।

প্রাক্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন ।

ভাৰতৰত্ন পাব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কপূৰী ঠাকুৰে।

সেউজ বিপ্লৱৰ পিতৃ খ্যাত এম এছ স্বামীনাথনলৈ ভাৰতৰত্ন।

Related Articles