April 4, 2024 সমাগত লোকসভা নিৰ্বাচন ! কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া অব্যাহত। কংগ্ৰেছ নেতা গৌৰৱ বল্লভৰ পদত্যাগ। অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ লিখিলে পদত্যাগ পত্ৰ। কংগ্ৰেছৰ মুখপাত্ৰ পদতো আছিল গৌৰৱ বল্লভ। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week দৈনন্দিন বাৰ্তা - December 11, 2025 অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ… দৈনন্দিন বাৰ্তা - December 11, 2025 জালিয়াতিৰ অভিযোগত , জল জীৱন মিছন অসমৰ দ্বাৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ । দৈনন্দিন বাৰ্তা - December 10, 2025