December 14, 2020 কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ মেধি । আমাৰ বাতৰি সমূহ ফেচবুকৰ জৰিয়তে চাবলৈ আমাৰ ফেচবুক পেইজটো LIKE কৰক । আমাৰ বাতৰি সমূহ ইউটিউবৰ জৰিয়তে চাবলৈ আমাৰ ইউটিউব চেনেলটো SUBSCRIBE কৰক । আমাৰ বাতৰি সমূহ টুইটাৰৰ জৰিয়তে চাবলৈ আমাক টুইটাৰত FOLLOW কৰক । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026