April 8, 2024 ৰাজধানী দিছপুৰত ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি। ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ। লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী। তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত। CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026