ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত BTRৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক ক’লে- “আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ BTCৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমি আমন্ত্ৰণ জনাইছো৷ আমি আশা কৰিছো যে আমাৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপস্থিত থাকিব৷ BTRৰ অধীনস্থ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি ল’বলগীয়া সকলো কাৰ্যতে তেওঁৰ পৰা আমি সহায়-সহযোগিতা পাম বুলি আশা কৰিলো৷” অৱশ্যে প্ৰমোদ বড়োৰ আহ্বান হাগ্ৰামা মহিলাৰীয়ে ৰক্ষা কৰিব নে নাই সেয়া অস্পষ্ট৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কামপুৰ চাংচকীত সাত কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ’ব
- নেপালত প্ৰিঞ্চিৰ সোণৰ পদক লাভ
- চুৰি মোবাইল ফোন, লেপটপ ৰাজহুৱাভাৱে প্ৰদৰ্শন ৬৫০টা মোবাইল ফোন আৰু ১৬টা লেপটপ
- ১ম বি(1st BN ) এন এছ এছ বি (SSB)য়ে অসম ৰাজ্যিক ৰক্ত সঞ্চালন পৰিষদ, খানাপাৰাৰ সহযোগত বিশ্ব ৰক্তদাতা দিৱস পালন
- ৰহাৰ শোভাংগী ডেকাই এ পি এচ চিৰ বিও বিভাগৰ পৰীক্ষাত সফলতা
- উজনিৰ চিলাপথাৰ আৰু ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ গো-মাফিয়া চক্ৰৰ
- ইটাখোলাৰ বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন…
- দৰঙৰ ১নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি…
- পাঞ্জা খেলুৱৈ দিমনজ্যোতি নাথ-কৌস্তুভ হাজৰিকাক সম্বৰ্ধনা ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ…
- কাকপথাৰ মাইঠঙৰ অন্বেষণ ফাউণ্ডেচনৰ বাঁহ শিল্পৰ উদ্যোগত উপস্থিত অসম ৰাজ্যিক বাঁহ অভিযানৰ পৰিচালক…