April 15, 2024 আই পি এলত ভাল প্ৰৰ্দশনৰ পিছত টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম… Share FacebookTwitterWhatsAppTelegramKooEmail আই পি এলত ভাল প্ৰৰ্দশন ৰিয়ান পৰাগৰ । টি-২০ বিশ্বকাপৰ সাম্ভাৱ্য দলত ৰিয়ান পৰাগৰ নাম । নীলা জাৰ্চীত ৰিয়ানক দেখাৰ সপোন পূৰণ হ’ব পাৰে অসমবাসীৰ । ধাৰাবাহিক ভাৱে উন্নত প্ৰদৰ্শন অব্যাহত ৰিয়ান পৰাগৰ । Author: দৈনন্দিন বাৰ্তা Related Articles ২৫ বছৰৰ মূৰত তিনিচুকীয়াত ২৫ অক্টোবৰৰ পৰা ৰঞ্জী ট্ৰফীৰ খেল দৈনন্দিন বাৰ্তা - October 16, 2025 Cape Verde qualify for World Cup 2026: ফিফা বিশ্বকাপ ২০২৬ত যোগ্যতা অর্জনেৰে ইতিহাস সৃষ্টি কেপ ভার্ডেৰ দৈনন্দিন বাৰ্তা - October 14, 2025 ICC Women’s CWC 2025: আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ… দৈনন্দিন বাৰ্তা - September 30, 2025