April 16, 2024 হঠাৎ বৰষুণ গুৱাহাটী মহানগৰীত, অন্ধকাৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ… Share FacebookTwitterWhatsAppTelegramKooEmail অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আকাশ। তাৰ পিছতে হঠাৎ আহিল এজকা প্ৰচণ্ড বৰষুণ। ৰাজ্যত যেন পুনৰ প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী । দিনতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি। Author: দৈনন্দিন বাৰ্তা Related Articles অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026 আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব… দৈনন্দিন বাৰ্তা - September 1, 2026 আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি দৈনন্দিন বাৰ্তা - September 1, 2026