April 16, 2024 ধুবুৰীৰ গৌৰীপুৰত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক… Share FacebookTwitterWhatsAppTelegramKooEmail ধুবুৰীৰ গৌৰীপুৰত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক। নিহত বাহনখনৰ চালক ছাহিল আহমেদ, সাহিদ খন্দকাৰ আৰু নুৰ আমিন। এতিয়ালৈ উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। Author: দৈনন্দিন বাৰ্তা Related Articles ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰে – ৰমাকান্ত দেউৰী । MLA Ramakanta Deori দৈনন্দিন বাৰ্তা - October 8, 2025 নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম’বাইলত পোৱা গ’ল । Viral Question Paper দৈনন্দিন বাৰ্তা - September 18, 2025 ‘হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ‘ ‘একমাত্ৰ মোক ফোন কৰিব নোৱাৰে’ ‘মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো’ -গৌৰৱ গগৈ ।Garuva Gogi দৈনন্দিন বাৰ্তা - September 16, 2025