April 17, 2024 আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী… Share FacebookTwitterWhatsAppTelegramKooEmail আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। শিলচৰত দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে। দুপৰীয়া ১২ বজাত শিলচৰৰ টাউন ক্লাবৰ খেলপথাৰত হ’ব বিশাল জনসভা। Author: দৈনন্দিন বাৰ্তা Related Articles ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি অটল হৈ থাকিবঃ মুখ্যমন্ত্ৰী দৈনন্দিন বাৰ্তা - July 7, 2026 মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026 TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক দৈনন্দিন বাৰ্তা - June 23, 2026