April 18, 2024 পুনৰ বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য। উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা যায় অত্যধিক চেনী। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত উপলব্ধ চেৰেলেকত কম মাত্ৰা পোৱা যায় চেনী। এক ৰিপ’টত এই তথ্য প্ৰকাশ। Author: দৈনন্দিন বাৰ্তা Related Articles অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক দৈনন্দিন বাৰ্তা - August 16, 2026 ‘মিছন সদ্ভাৱনা’ৰে পেণ্ডিং ফাইল নিষ্পত্তি, বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি দৈনন্দিন বাৰ্তা - August 15, 2026