April 18, 2024 নিউ বঙাইগাঁও জংচনত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail নিউ বঙাইগাঁও জংচনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ড্ৰাগছসহ এজন সৰবৰাহকাৰীৰ আটক। জব্দ ড্ৰাগছভৰ্তি ৭টা চাবোনৰ বাকচ, এটা মোবাইল আৰু আধাৰ কাৰ্ড। ড্ৰাগছ সৰবৰাহকাৰী বেনেছ আলীক আটক। Author: দৈনন্দিন বাৰ্তা Related Articles ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025 শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ । দৈনন্দিন বাৰ্তা - December 16, 2025 Zubeen Garg Death case: CJM আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন দৈনন্দিন বাৰ্তা - December 16, 2025