আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ।

আৰু মাত্ৰ কেইটামান মুহূৰ্ত।

সকলোকে প্ৰতিবাদস্থলীলৈ ওলাই অহাৰ আহ্বান বিধায়ক অখিল গগৈৰ।

সামাজিক মাধ্যমত অখিল গগৈয়ে জনাই যে আজি জুবিন দাৰ ন‍্যায়ৰ দাবীত দিশপুৰৰ জনতা ভৱনৰ সন্মুখত এটি মানৱ শৃংখল হ’ব। আশা কৰোঁ, মুখ‍্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই বাধা নিদি স্মাৰক পত্ৰ গ্ৰহণ কৰিব।

Related Articles