এইবাৰ সাংবাদিকৰ ৰূপত ভবেশ কলিতা ।
সাংবাদিকৰ পৰা ওলোটাই ললে byte ।

সাংবাদিকক প্ৰশ্নৰ উত্তৰ দি দি এইবাৰ নিজে সাংবাদিকক প্ৰশ্ন সুধিলে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ।

ৰঙিয়াত এজন সাংবাদিকক সুধিলে কেবাটাও প্ৰশ্ন ।
এই দৃশ্যই যথেষ্ট আমোদ দিছে দৰ্শকক ।