April 24, 2024 গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক। কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক। মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026