April 25, 2024 কৃষ্ণাইত কেৰাচিন তেল চুৰি চক্ৰ উৎখাত ! আৰক্ষীৰ জালত হাব্ৰাঘাটৰ ৰফিজুল ইছলাম… Share FacebookTwitterWhatsAppTelegramKooEmail কৃষ্ণাইত কেৰাচিন তেল চুৰি চক্ৰ উৎখাত। আৰক্ষীৰ জালত হাব্ৰাঘাটৰ ৰফিজুল ইছলাম। দীৰ্ঘদিনে ইছলামে চলাই আহিছিল কেৰাচিন তেলৰ ক’লা বেহা। টেংকাৰ, পিকআপ ভানত সৰবৰাহ কৰি আহিছিল কেৰাচিন তেল । Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026