April 28, 2024 সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত… Share FacebookTwitterWhatsAppTelegramKooEmail দক্ষিণ চীনৰ গুয়াংঝৌত সাগৰীয় ঘূৰ্ণিৰ কালৰূপ। সাগৰীয় ঘূর্ণি টর্নেডোেত ৫জনকৈ লোকৰ মৃত্যু। আনহাতে গুৰুতৰভাৱে আহত হৈছে ৩৩জনকৈ লোক। সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ক্ষতিগ্রস্ত হৈছে ১৪১টাতকৈও অধিক কাৰখানা। Author: দৈনন্দিন বাৰ্তা Related Articles পাকিস্তানৰ কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণ দৈনন্দিন বাৰ্তা - June 28, 2026 পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক দৈনন্দিন বাৰ্তা - June 28, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026