April 29, 2024 যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক। যোৰহাটৰ মেলেং কপাহধৰাত সংঘটিত ধন দাবীৰ ঘটনা। ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে ৫ লাখ টকা দাবী। তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা ৩০০ টকাকৈ দাবী। ধন নিদিয়া বাবে ব্যৱসায়ীজনৰ ৪ খন ডাম্পাৰ জব্দ গুণ্ডা বাহিনীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026