April 30, 2024 বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস… Share FacebookXWhatsAppTelegramKooEmail দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস। নাডা পেনেলৰ পৰা সেউজ সংকেত পোৱাৰ পাছতেই এই সুখবৰ। আজি বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা। মহিলাৰ ২০০ মিটাৰ দৌৰৰ বাবে AFIৰ তালিকাত হিমা দাস Author: দৈনন্দিন বাৰ্তা Related Articles কিড্চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ দৈনন্দিন বাৰ্তা - November 26, 2026 মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ দৈনন্দিন বাৰ্তা - November 25, 2026 ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ দৈনন্দিন বাৰ্তা - November 25, 2026