April 30, 2024 হোজাইৰ ৰায়কটা চন্দনপুৰত কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ… Share FacebookTwitterWhatsAppTelegramKooEmail হোজাইৰ ৰায়কটা চন্দনপুৰত শোকাৱহ ঘটনা। কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ। সমনীয়াৰ সৈতে খেলি থাকোঁতেই পৰি যায় নৈত। স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশুটিৰ নিথৰ দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026