May 4, 2024 কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম। মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026