May 5, 2024 ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী… Share FacebookTwitterWhatsAppTelegramKooEmail কিছু সময়ৰ পূৰ্বে ৰাজধানী দিল্লীত অনুভূত হয় মৃদু ভূমিকম্প। ৪.১৯ বজাত ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী। কিন্তু অতি কম তীব্ৰতাৰ বাবে অতি কম সংখ্যক লোকেহে উপলব্ধি কৰিব পাৰিছিল ভূমিকম্পৰ কম্পন। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বাৰমৰ ডাঙৰ সকিয়নীঃ গণতন্ত্ৰ, অৰ্থনীতি আৰু সমাজক লৈ পাঁচ গুৰুত্বপূৰ্ণ উদ্বেগ দৈনন্দিন বাৰ্তা - June 30, 2026 ইৰাণৰ প্ৰাক্তন সৰ্বোচ্ছ নেতা খামেনেইৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই দৈনন্দিন বাৰ্তা - June 30, 2026 আদানিৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ দৈনন্দিন বাৰ্তা - June 30, 2026