May 6, 2024 আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল… Share FacebookTwitterWhatsAppTelegramKooEmail আহমেদাবাদৰ বিদ্যালয়ত সন্ত্ৰাসৰ ভাবুকি। বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি ভৰা ই-মেইল। দিল্লী পাব্লিক স্কুল আৰু আনন্দ নিকেতনক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল। Author: দৈনন্দিন বাৰ্তা Related Articles নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026