May 15, 2024 নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026