May 17, 2024 শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ… Share FacebookTwitterWhatsAppTelegramKooEmail শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। দীঘলী বালিজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে পম্পীৰ স্বামী ৰাজু দে’ক। Author: দৈনন্দিন বাৰ্তা Related Articles মুকলি আকাশৰ তললৈ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা দৈনন্দিন বাৰ্তা - October 13, 2026 উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ দৈনন্দিন বাৰ্তা - October 5, 2026 সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ ভুৱা ফটো প্ৰচাৰ দুষ্টচক্ৰৰ দৈনন্দিন বাৰ্তা - October 5, 2026