May 18, 2024 যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷ পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক ৷ আৰক্ষীয়ে ঘেৰাও কৰিছে ঘটনা সংঘটিত হোৱা মুৰমুৰীয়াৰ বাগানৰ ২৭নং লাইন ৷ Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীত CJPৰ স্বেচ্ছাসেৱক সভাৰ পূৰ্বে CJPৰ প্ৰতিনিধিক আটক দৈনন্দিন বাৰ্তা - September 27, 2026 প্ৰসংগঃ শিৱসাগৰৰ যুৱকৰ আত্মহত্যাৰ ঘটনা, গ্ৰেপ্তাৰ অনুশ্ৰী বৰা নামৰ এগৰাকী যুৱতীক দৈনন্দিন বাৰ্তা - September 26, 2026 মহানগৰীৰ ধাৰাপুৰত চাঞ্চল্যকৰ ঘটনাঃ হোমষ্টে’ত উদ্ধাৰ যুৱতীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 26, 2026