May 19, 2024 আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ। ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব খেল। Author: দৈনন্দিন বাৰ্তা Related Articles আন্তৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ জয়ী এলী ডোমা তামাঙক গোৰ্খা উন্নয়ন পৰিষদৰ উষ্ণ সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - September 21, 2026 বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত মাজবাটৰ কৰৱী ডেকাৰ সাফল্য দৈনন্দিন বাৰ্তা - September 19, 2026 মুকালমুৱাত ১৪ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ দৈনন্দিন বাৰ্তা - September 13, 2026