May 21, 2024 আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ, বতৰে দিব নেকি বিধি-পথালি… Share FacebookTwitterWhatsAppTelegramKooEmail আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ৷ প্ৰথমখন প্লেঅফৰ মেচত মুখামুখি হ’ব KKR-SRH ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল খন। মেচখনত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা৷ Related Articles অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan দৈনন্দিন বাৰ্তা - July 8, 2025 MS Dhoni turns 44: আজি মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন দৈনন্দিন বাৰ্তা - July 7, 2025 Rimpi Buragohain: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যাৰ হেট্ৰিক সাফল্য দৈনন্দিন বাৰ্তা - July 6, 2025