অনলাইন বাৰ্তা, ২৩ ডিচেম্বৰঃ সাংবাদিক পৰিষদ অসম’ গুৱহাটী মহানগৰ জিলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি মহানগৰীৰ বামুনীমৈয়দামত অনুষ্ঠিত হয় ৷ জিলা সভাপতি ঈশ্বৰ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে ৰাজ্যিক সভাপতি চন্দ্ৰ বৰুৱা, প্ৰাগজ্যোতিষ অসম সাপ্তাহিক কাকতৰ পৰিচালন সঞ্চালক খগেন শইকীয়া উপস্থিত থাকি চমু ব্যক্তব্য প্ৰদান কৰে ৷ সভাত সংগঠনৰ আগন্তুক দিনৰ কাৰ্যপন্থাৰ বিষয়ে বিতং ভাবে আলোচানা কৰা হয় ৷ অহা জানুৱাৰী মাহত ৰাজ্যৰ সাহিত্যিক , সমজাকৰ্ম, উদ্যোগী, কৃষককে ধৰি কেইবাগৰাকী ব্যক্তিলৈ বটা প্ৰদান কৰা হ’ব বুলি কাৰ্য্য নিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহন কৰে ৷ সাধৰন সম্পাদক মনোজ ডেকাই আতধৰা সভাত সহকাৰী যুটীয়া সম্পাদক ক্ৰমে ধীৰাজ ডেকা, অনুপমা ডেকা, আলোচনী সম্পাদক ধীৰেন শৰ্মা, কাৰ্য্যলয় সম্পাদক চিন্তুমনি শইকীয়া, সহ বিষয় ববীয়া কাৰ্য্য নিৰ্বাহক সদস্য উপস্থিত থাকে ৷ সাধাৰণ সম্পাদক মনোজ ডেকাই জানিবলৈ দিয়ে যে সমিটিয়ে নজনা কোনোৱা সমাজকৰ্মী, সাহিত্যিক উদ্যোগীৰ বটা প্ৰাপ্তিৰ বাবে নাম জিলা সমিটিলৈ প্ৰেৰন কৰিব পাৰে ৷ নাম প্ৰেৰনৰ পিছত বিষয়ববীয়া সভাই নিৰ্বাচিত কৰিব বুলি ডেকাই উল্লেখ কৰে ৷ নাম প্ৰেৰনৰ বাবে মনোজ ডেকাৰ লগত যোগাযোগ কৰিব পাৰে ৷ যোগাযোগৰ নং ৭০০২৬৫৭৭১২/৮৪৭৪০১৪০৪২
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…