June 1, 2024 আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। ৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল। Author: দৈনন্দিন বাৰ্তা Related Articles মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026 TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক দৈনন্দিন বাৰ্তা - June 23, 2026 ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায় দৈনন্দিন বাৰ্তা - June 22, 2026